আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||
আজি পুহ মাহৰ ২৯ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ১৪ জানুৱাৰী |
শুক্ল পক্ষ, দ্বাদশী তিথি, ৰাতি ১০/১৯/৫৫ মি. পৰা ত্রয়োদশী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৬/৫৪ মি.
সূৰ্য্যোস্থয় = ৪/৪৮/৪৯ মি.
জন্মতঃ= বৃষ ৰাশি (ই, উ, ব), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি ||
আদ্যঋতু হলে ঃ= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান, অধিপতি গ্ৰহ – বৃহস্পতি ||
ভক্ষ্যাভক্ষ্যঃ= পূৰৈ শাক খোৱা নিষেধ, ৰাতি, পূৰৈ বেঙেনা খোৱা নিষেধ ||
আজিৰ ৰাশিফলঃ =
মেষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
বৃষ = সামাজিক সন্মান বৃদ্ধি হব |
মিথুন = মানসিক কষ্ট ভোগ কৰিব |
কৰ্কট = নতুন যোগাযোগ লাভ কৰিব |
সিংহ = জ্যেষ্ঠজনৰ পৰা দুঃসংবাদ লাভ কৰিব |
কন্যা = আত্মীয় সুখ অনুভৱ কৰিব |
তুলা = পিতৃ-মাতৃৰ ৰোগ বৃদ্ধি হব পাৰে |
বৃশ্চিক = সম্পদ বৃদ্ধি হোৱা দেখা যায় |
ধনু = কৰ্মত জটিলতা আহিব পাৰে |
মকৰ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কুম্ভ = অযথা ব্যয় বৃদ্ধি হব পাৰে |
মীন = মনত নতুন আশাৰ সঞ্চাৰ হব |