আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-dreamstime

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি ভাদ মাহৰ ৪ তাৰিখ শনিবাৰ , ইংৰাজী ২১ আগষ্ট |
শুক্লা পক্ষ, চতুৰ্দশী তিথি |

সূৰ্য্যোদয় = ৫/২/৪৪ মি.
সূৰ্য্যোস্থয় = ৫/৫০/৫১ মি.

জন্মত= মকৰ ৰাশি (খ, জ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, অগ্নি যোগ, দেৱ গন, কুম্ভীৰৰ অস্থি ||

আদ্যঋতু হলে= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান ||
*ভক্ষ্যাভক্ষ্যঃ* . আমিষ খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =
মেষ = কৰ্ম ব্যস্ততা বৃদ্ধি হব | বৃষ = সন্মান লাভ কৰিব পাৰিব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = শুভ সংবাদ লাভ কৰিব পাৰে |
সিংহ = ধনৰ আগমন বৃদ্ধি হব |
কন্যা = অপযশ পোৱাৰ যোগ আছে |
তুলা = সঞ্চয় বৃদ্ধি হব |
বৃশ্চিক = আত্মীয় আগমন ঘটিব |
ধনু = কৰ্মৰ পৰা ন্যাৰ্যপ্ৰাপ্তি আহিব
মকৰ = এলাহ বৃদ্ধি হোৱা দেখা যায় |
কুম্ভ = মনৰ উতসাহ হ্ৰাস হব |
মীন = ঘৰলৈ বন্ধুৰ আগমন ঘটিব |