আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা || যোগাযোগৰ বাবে = 9101835041, 9854200799

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ৪ তাৰিখ বুধ বাৰ, ইংৰাজী ১৯ মে | শুক্লাপক্ষ, সপ্তমী তিথি, দিবা ১২/৫০/১৯মি. পৰা অষ্টমী তিথি |

সূৰ্য্যোদয় = ৪/৩৯/২১ মি.
সূৰ্য্যোস্থয় = ৬/১/১ মি.

জন্মত= কৰ্কট ৰাশি, বিপ্ৰবৰ্ন, দেৱাৰি গন, বৰাহৰ অস্থি, বায়ু যোগ ||

আদ্যঋতু হলে= ৭ দিনিয়া কান্তা যোগ ||

আজিৰ ৰাশিফলঃ =

মেষ= নিজৰ কৰ্মব্যস্ততা বৃদ্ধি হব |
বৃষ = সন্মান বৃদ্ধি হব |
মিথুন = মনৰ আশা ভংগ হোৱাৰ যোগ আছে |
কৰ্কট = শুভ সংবাদ লাভে মনত আনন্দ দিব |
সিংহ= ধনৰ আগমন বৃদ্ধি হব |
কন্যা = সাৱধান হব, অপযশ পাব পাৰে |
তুলা = সঞ্চয় বৃদ্ধি তথা প্ৰাপ্য ধন আদায় হব |
বৃশ্চিক = আত্মীয়ৰ আগমনত ব্যস্ততা বাঢ়িব |
ধনু = ন্যাৰ্যপ্ৰাপ্তিৰ লাভ কৰিব |
মকৰ= আপোনাৰ এলাহ বৃদ্ধি হব |
কুম্ভ = মনৰ উতসাহ হীনতাত ভোগীব |
মীন = বন্ধুৰ আগমনে মনত আনন্দ দিব |