আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-indiatimes

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি শাওঁন মাহৰ ২৮ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ১৪ আগষ্ট | শুক্লা পক্ষ, পঞ্চমী তিথি, সন্ধিয়া ১/৪২/৫৯মি. পৰা ষষ্ঠী তিথি |

সূৰ্য্যোদয় = ৪/৫৮/৫৫ মি.
সূৰ্য্যোস্থয় = ৫/৫৭/৩৯ মি.

জন্মত= কন্যা ৰাশি (প, ঠ, ষ), হস্তা নক্ষত্র, শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, দেৱ গন, মহিষৰ অস্থি ||

আদ্যঋতু হলে= বেশ্যা যোগ, ৭ দিনীয়া ব্ৰত, ৰাজহাঁহ দান, অধিপতি গ্ৰহ ৰবি ||_ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . বেল খোৱা নিষেধ || দিনৰ ১/১২/৫৯মি. পৰা তিতা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = শুভ সংবাদ লাভ কৰিব | বৃষ = নিজৰ সঞ্চিত ধনত প্ৰভাৱ পৰিব |
মিথুন = পদমৰ্যদা লাভ কৰিব পাৰিব |
কৰ্কট = নতুন যোগাযোগ লাভ কৰিব |
সিংহ = প্ৰাপ্য ধন আদায় হব |
কন্যা = নতুন বন্ধু লাভ কৰিব |
তুলা = কৰ্মত জটিলতা বৃদ্ধি পাব |
বৃশ্চিক = এলাহৰ বাবে আৰ্থিক ক্ষতি হব পাৰে |
ধনু = ধনৰ আগমন বৃদ্ধি পাব |
মকৰ = শত্রুৰ পৰা সাৱধান হব |
কুম্ভ = অপযশ আছে, সাৱধান হব |
মীন = সাহসৰ অভাৱ হোৱা দেখা যায় |