আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা || যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ৩ তাৰিখ মংগল বাৰ, ইংৰাজী ১৮মে | শুক্লাপক্ষ, ষষ্ঠী তিথি, দিবা ১২/৩২/২৭মি. পৰা সপ্তমী তিথি |

সূৰ্য্যোদয় = ৪/৩৯/৫০ মি.
সূৰ্য্যোস্থয় = ৬/০/৫২ মি.

জন্মত= কৰ্কট ৰাশি, বিপ্ৰবৰ্ন, দেৱগন, ছাগলীৰ অস্থি, মাহেন্দ্ৰ যোগ ||

আদ্যঋতু হলে= ৭ দিনিয়া কান্তা যোগ ||

*আজিৰ ৰাশিফলঃ* =

মেষ= হঠাৎ মনত হতাশা আহিব |
বৃষ = কৰ্মব্যস্ততাই দেহত ক্লান্তি আনিব |
মিথুন = নিজৰ দায়িত্ব বৃদ্ধি হব |
কৰ্কট = কৰ্মত জটিলতা আহিব |
সিংহ= অনৰ্থক খৰচ বৃদ্ধি হব পাৰে |
কন্যা = মনৰ আশা ভংগ হোৱাৰ যোগ আছে |
তুলা = নিজৰ কামত কৃতকাৰ্যতা লাভ কৰিব |
বৃশ্চিক = দাম্পত্য সুখত আনন্দিত হব |
ধনু = নতুন বন্ধু লাভ কৰিব |
মকৰ= সম্পদ বৃদ্ধি হব |
কুম্ভ = আত্মগ্লানিয়ে ক্ষতি কৰিব |
মীন = নিজৰ অভিমান বৃদ্ধি হব |