আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc-live plam reading

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ২৯ তাৰিখ ৰবিবাৰ , ইংৰাজী ১৩ জুন |
শুক্লাপক্ষ, তৃতীয় তিথি |

সূৰ্য্যোদয় = ৪/৩৪/৫০ মি.
সূৰ্য্যোস্থয় = ৬/১২/২১ মি.

জন্মত= মিথুন ৰাশি (ক, ছ) , বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেব গন, বৰাহৰ অস্থি | দিবা ১২/৩২/২৩ মি. পৰা কৰ্কট ৰাশি (ড, হ) = বিপ্ৰবৰ্ন, বায়ু যোগ |

আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধী_দুগ্ধ দান |

আজিৰ ৰাশিফলঃ =

মেষ = মনত দুখ পোৱাৰ যোগ আছে |
বৃষ = প্ৰেমত আনন্দ লাভ কৰিব |
মিথুন = স্থান পৰিবৰ্তন হোৱা দেখা যায় |
কৰ্কট = শুভ কাৰ্য্যনুষ্ঠান হোৱাৰ যোগ |
সিংহ = মনত হতাশা আহিব পাৰে |
কন্যা = অনৰ্থক ব্যয় বৃদ্ধি হব |
তুলা = এলাহ বৃদ্ধিয়ে আৰ্থিকত ক্ষতি কৰিব |
বৃশ্চিক = মনৰ আশা পূৰন হব |
ধনু = কৰ্মত সিদ্ধি লাভ কৰাৰ যোগ আছে |
মকৰ = নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগ পাব |
কুম্ভ = মনত আনন্দ লাভ কৰিব |
মীন = জীৱনত নতুনত্ব লাভ কৰিব |