‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে চিমলাত গ্ৰন্থমেলা ৰ আয়োজন

Pc The Statesman

‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে চিমলাত গ্ৰন্থমেলা ৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অধীনত চিমলাত নদিনীয়া গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। নেচনেল বুক ট্ৰাষ্টে (এনবিটি) ২৫ জুনত আৰম্ভ হোৱা মেলাখন আয়োজন কৰিছে আৰু ৩ জুলাইলৈকে চলিব। এনবিটিৰ সঞ্চালক যুৱৰাজ মালিকে কয়, “আমাৰ লক্ষ্য হৈছে কিতাপ পঢ়াৰ সংস্কৃতিৰ প্ৰচাৰ কৰা আৰু কিতাপ পঢ়ুৱৈ আৰু লেখকসকলক এখন মঞ্চ প্ৰদান কৰা।”