আই পি এল ইতিহাসত ৩টা শতক অৰ্জন কৰা জছ বাটলাৰ দ্বিতীয়জন খেলুৱৈ

pcCricTracker.com

আই পি এল ইতিহাসত ৩টা শতক অৰ্জন কৰা জছ বাটলাৰ দ্বিতীয়জন খেলুৱৈ

ৰঙিলী বাৰ্ত্তাসেৱা-   আৰ আৰ অপেনাৰ জছ বাটলাৰ আই পি এল ইতিহাসত বিৰাট কোহলীৰ পিছত দ্বিতীয়জন খেলুৱৈ হৈ পৰিছে যিয়ে এটা ছিজনত তিনিটা শতক অৰ্জন কৰিছে।  ডিচিৰ বিৰুদ্ধে ৫৭ টা বলত শতক সংগ্ৰহ কৰাৰ পিছত ৩১ বছৰীয়া খেলুৱৈগৰাকীয়ে এই কৃতিত্ব অৰ্জন কৰে। আই পি এল ২০২২ ত বাটলাৰে আন দুটা শতক এম আই আৰু কে কে আৰৰ বিৰুদ্ধে কৰিছিল। কোহলীয়ে আই পি এল ২০১৬ ত চাৰিটা শতক কৰিছিল।