আই চি চিৰ মহিলা টি-২০ৰ বেটিঙৰ ৰেংকিং তালিকাত শীৰ্ষ স্থানত শ্বেফালি

pc- Wikipedia

আই চি চিৰ মহিলা টি-২০ৰ বেটিঙৰ ৰেংকিং তালিকাত শীৰ্ষ স্থানত শ্বেফালি

অনলাইন বাৰ্ত্তাসেৱা-  ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বেটছমেন শ্বেফালি বাৰ্মাই আই চি চিয়ে প্ৰকাশ কৰা মহিলা টি-২০ বেটিং ৰেংকিং তালিকাৰ শীৰ্ষ স্থান   অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। ৭৫৯ পইণ্ট লাভ কৰি বেটিঙৰ ৰেংকিং তালিকাখনৰ  শীৰ্ষ স্থানত আছে শ্বেফালি। ৭৪৪ পইণ্টেৰে অষ্ট্ৰেলিয়াৰ বেথ মুনে এই তালিকাৰ দ্বিতীয় স্থানত আছে। টীম ইণ্ডিয়াৰ টি-২০ দলৰ সহঃ অধিনায়ক স্মৃতি মান্ধানাই এই তালিকাত  ৭১৬পইণ্টেৰে তৃতীয় স্থানত আছে।

 

(RT)