অসম যুৱ অলিম্পিকত উশ্বু প্ৰতিযোগিতাত লখিমপুৰ লৈ সুনাম কঢ়িয়াই কেইবাগৰাকী যুব খেলুৱৈয়ে

অসম যুৱ অলিম্পিকত উশ্বু প্ৰতিযোগিতাত লখিমপুৰ লৈ সুনাম কঢ়িয়াই কেইবাগৰাকী যুব খেলুৱৈয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম যুৱ অলিম্পিকত উশ্বু প্ৰতিযোগিতাত লখিমপুৰ লৈ সুনাম কঢ়িয়াই আনে শিমলুগুৰিৰ ৰঙতিৰ কেইবাগৰাকী যুব খেলুৱৈয়ে । কূলদ্বিপ গগৈয়ে 48 কেজি শাখাত সোণৰ পদক ,পলদ্বীপ চাংমায়ে 45 কেজি শাখাত ৰূপৰ পদক লাভ।52 কেজি শাখাত ভবেন বৰপাত্ৰ গোহাঁই ব্ৰঞ্জৰ পদক লাভ আৰু পংকজ চেতিয়াই 65 কেজি শাখাত ৰূপৰ পদক লাভ কৰি গাঁৱ খনলৈ সুনাম অৰ্জন কৰি আনে ।