অনলাইন বাৰ্ত্তাসেৱাৃ অসম-মিজোৰাম সীমান্তত হোৱা ঘটনাৰ পাছতে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত কৰা হৈছে কিছু সালসলনি।চিৰাং জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।যানবাহন শাখাৰ উপ আয়ুক্ত প্ৰাণজিত বৰাক চিৰাং জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰক কাছাৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। ny utpal kalita