অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি বুজ লবলৈ লাইলাপুৰ অভিমুখে বিধান সভাৰ সৰ্বদলীয় প্ৰতিনিধি দল

অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি বুজ লবলৈ লাইলাপুৰ অভিমুখে বিধান সভাৰ সৰ্বদলীয় প্ৰতিনিধি দল। দলত বিধান সভাৰ লগতে ৱহু লোক যায়। পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন কলিতা আৰু অখিল গগৈদেৱও এই দলত থাকে। by utpal kalita