অসম বিধান সভাৰ শৰৎকালীন অধিবেশন স্থগিত
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধান সভাৰ এক অধিসূচনাৰ জৰিয়তে জনাইছে যে, অসম বিধান। সভাৰ শৰৎকালীন অধিবেশন যোৱা ১৯ ছেপ্টেম্বৰ, ২০২২ তাৰিখে অনুষ্ঠিত বৈঠকৰ অন্তত অনির্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে।