অসমত শেহতীয়াকৈ সংঘটিত হোৱা এনকাউণ্টাৰৰ বিষয়ক লৈ সদনত বিতৰ্ক,মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলে অসম আৰক্ষীক কাম কৰাত উৎসাহ জনাওক

pc-mint(imagesonlyforreprestation purpose)

অনলাইন বাৰ্ত্তাসেৱা-  অসমত শেহতীয়াকৈ সংঘটিত হোৱা এনকাউণ্টাৰৰ বিষয়ক লৈ সদনত বিতৰ্ক।বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ হুংকাৰ।অসম আৰক্ষীক কাম কৰাত উৎসাহ জনাওক।ৰাজ্যৰ আইন ভংগ কাৰীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱাৰ নিৰ্দেশ আৰক্ষীক।আৰক্ষীয়ে নিজৰ কাম কৰক, সমালোচনা মই হজম কৰিম।বিহৰ দৰে সকলো পাণ কৰি যাম মই যাম।কোনো সমালোচনাই আমাক টলাব নৱাৰে।মই নীলকণ্ঠৰ দৰে সকলো বিষপান কৰিম। by utpalkalita