অষ্ট্ৰেলিয়াৰ অন্ধ ক্ৰিকেটাৰ নীৰোৱেৰ বিশ্ব অভিলেখ সৃষ্টি

অষ্ট্ৰেলিয়াৰ অন্ধ ক্ৰিকেটাৰ নীৰোৱেৰ বিশ্ব অভিলেখ সৃষ্টি

ৰঙিলী বাৰ্ত্তাসেৱা- আন্তঃৰাষ্ট্ৰীয় অন্ধ ক্ৰিকেটৰ এদিনীয়া খেলত সৰ্বাধিক ৰান সংগ্ৰহ কৰি বিশ্ব অভিলেখ গঢ়িলে অষ্ট্ৰেলিয়াৰ অন্ধ ক্ৰিকেটাৰ ষ্টেফান নীৰোৱে। ৪৯টা চাৰিটা আৰু এটা ছয়কে ধৰি ১৪০টা ব’লত অপৰাজিত ৩০৯ ৰান সংগ্ৰহ কৰে নীৰোৱে। ১৯৯৮ চনৰ ব্লাইণ্ড ক্ৰিকেট বিশ্বকাপত ২৬২* ৰান কৰা পাকিস্তানৰ মাছুদ জানৰ পূৰ্বৰ বিশ্ব অভিলেখ ভংগ কৰিছে নীৰোৱে।