অভিনেতা আৰ মাধৱনৰ পুত্ৰ বেদন্তৰ ডেনিছ অপেন ২০২২ ত সাঁতোৰত সোণৰ পদক লাভ 

অভিনেতা আৰ মাধৱনৰ পুত্ৰ বেদন্তৰ ডেনিছ অপেন ২০২২ ত সাঁতোৰত সোণৰ পদক লাভ 

ৰঙিলী বাৰ্ত্তাসেৱা- অভিনেতা আৰ মাধৱনৰ পুত্ৰ বেদন্তে ডেনিছ অপেন ২০২২ ত সাঁতোৰত সোণৰ পদক লাভ কৰিছে। বেদান্তে ৮০০ মিটাৰ সাঁতোৰ প্ৰতিযোগিতাত পদক জিকিছিল। সম্বৰ্ধনা অনুষ্ঠানৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি মাধৱনে লিখিছিল, “সোণ, আপোনালোকৰ সকলো আশীৰ্বাদৰ দ্বাৰা জয়ৰ ধাৰা অব্যাহত আছে।” ইয়াৰ আগতে, তেওঁ বেলেগ শ্ৰেণীত ৰূপৰ পদক জিকিছিল।