অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱাকালি সন্ধিয়া ৬ বজাত দেৰগাঁৱৰ পথ দূৰ্ঘটনাৰ মৃত ব্যক্তি সকলৰ আত্মাৰ চিৰশান্তি কামনাৰে অনুসূচিত জাতি যুৱ ছাত্র পৰিষদ, অসমৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত বামুনিমৈদামৰ ৰাজহুৱা বাছ ষ্টেণ্ডত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি আয়োজন কৰা হয়। লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰা হয়।