অতি কমেও ৫ জন বন্ধুক ভাৰত ভ্ৰমণৰ বাবে অনুপ্ৰাণিত কৰক: ডেনমাৰ্কত প্ৰবাসী ভাৰতীয়সকললৈ প্ৰধানমন্ত্ৰী

pc NDTV.com

অতি কমেও ৫ জন বন্ধুক ভাৰত ভ্ৰমণৰ বাবে অনুপ্ৰাণিত কৰক: ডেনমাৰ্কত প্ৰবাসী ভাৰতীয়সকললৈ প্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ কোপেনহেগেনত ভাৰতীয় সম্প্ৰদায়ৰ সৈতে বাৰ্তালাপ কৰে আৰু আনসকলক ভাৰত ভ্ৰমণৰ বাবে অনুপ্ৰাণিত কৰিবলৈ কয়। “আপুনি আপোনাৰ কমেও পাঁচজন বন্ধুক ভাৰত ভ্ৰমণ কৰিবলৈ অনুপ্ৰাণিত কৰা উচিত… আৰু মানুহে ‘চলো ইণ্ডিয়া’ বুলি ক’ব,” তেওঁ কয়। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে প্ৰবাসী ভাৰতীয়সকলক “ৰাষ্ট্ৰদূত” (দেশৰ প্ৰতিনিধি) হিচাপে কাম কৰিবলৈ কয় ।