Single – আয়নাল হক

অণুগল্প 

Single

আয়নাল হক,ধুবুৰী 

ছয় বছৰীয়া প্ৰেমৰ পৰিণতিত বিবাহ পাশত আৱদ্ধ হোৱা সমীৰ আৰু সুনয়নাৰ সংসাৰখনত হঠাতে আঁউল লাগিল,যেতিয়া সুনয়নাই গম পালে যে ফেচবুকৰ এজনী বান্ধৱীৰ লগত সমীৰৰ গোপন সম্পৰ্ক এটা আছে —–” তুমি জানানে, যিজনী নাৰীৰ লগত তুমি সম্পৰ্ক ৰাখিছা তাই মোৰেই কলেজীয়া বান্ধৱী। প্ৰফাইলত Single বুলি লিখাৰ অৰ্থ তাৰমানে এইটোৱেই ?”