Modi@20: ড্ৰীমছ মিট ডেলিভাৰী’ নামৰ কিতাপখন ৰাজনীতিত বিশ্বাস কৰা লোকৰ বাবে “গীতাৰ সমতুল্য”: অমিত শ্বাহ

Modi@20: ড্ৰীমছ মিট ডেলিভাৰী’ নামৰ কিতাপখন ৰাজনীতিত বিশ্বাস কৰা লোকৰ বাবে “গীতাৰ সমতুল্য”: অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তসেৱা- ‘Modi@20: ড্ৰীমছ মিট ডেলিভাৰী’ নামৰ কিতাপখনৰ শুভাৰম্ভণিৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে যিসকলে সামাজিক কাম আৰু ৰাজনীতিত বিশ্বাস কৰে তেওঁলোকৰ বাবে ই “গীতাৰ সমতুল্য” হৈ পৰিব। তেওঁ কৈছিল যে প্ৰধানমন্ত্ৰী মোদীৰ তিনি দশকৰ প্ৰাৰম্ভিক সংগ্ৰামে তেওঁক গুৰুত্বপূৰ্ণ সমস্যাবোৰ বুজিবলৈ আৰু সকলোৰে বাবে নীতি প্ৰস্তুত কৰাৰ শক্তি প্ৰদান কৰিছিল।