HSLC পৰীক্ষাৰ গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল 

Pc Mint

HSLC পৰীক্ষাৰ গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল 

ৰঙিলী বাৰ্ত্তাসেৱা-  এইবাৰ HSLC পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল! গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, ৯.১৫ বজাতে গণিতৰ প্ৰশ্নকাকত ভাইৰেল হৈছে। কাছাৰৰ পৰা গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপিত হৈছে। দ্বিতীয় দিনা পৰীক্ষা চলি থকাৰ সময়তে পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হৈ পৰিছে। মোবাইলে মোবাইলে বিয়পিছে গণিতৰ প্ৰশ্নতকাকত! কাছাৰৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে।