আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ১৯ তাৰিখ ৰবিবাৰ , ইংৰাজী ৫ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ ত্রয়োদশী তিথি | পুৱা ৮/২১/৫২ মি. পৰা চতুৰ্দশী তিথি ||
**
সূৰ্য্যোদয় = ৫/৮/৫০ মি.
সূৰ্য্যোস্থয় = ৫/৩৪/৩৮ মি.

জন্মত= কৰ্কট ৰাশি (ড, হ), বিপ্ৰ বৰ্ন, বায়ু যোগ, দেৱাৰী গন, বৰাহৰ অস্থি ||

আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি_দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . আমিষ খোৱা নিষেধ || _ _ _ _ _ _

আজিৰ ৰাশিফলঃ =
মেষ = সামাজিক সন্মান বৃদ্ধি হব | বৃষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
মিথুন = কৰ্মত সফলতা অৰ্জন কৰিব |
কৰ্কট = সঞ্চয় বৃদ্ধি হব |
সিংহ = গৃহত শান্তি লভিব পাৰিব |
কন্যা = পুৰণি ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
তুলা = অপবাদৰ যোগ আছে, সাবধান হব |
বৃশ্চিক = মানসিক দুঃচিন্তাত ভুগিব |
ধনু = আত্মীয়ৰ আগমন ঘটিব |
মকৰ = অধিক পৰিমাণে ব্যয় হব |
কুম্ভ = নতুন যোগাযোগ পাব |
মীন = ভ্ৰমণত সুখ লাভ কৰিব |