উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত ৰহস্যজনক জ্বৰত ৩২ টা শিশুসহ ২৯ জনৰ মৃত্যু

pc The times of India

উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত ৰহস্যজনক জ্বৰত ৩২ টা শিশুসহ ২৯ জনৰ মৃত্যু

অনলাইন বাৰ্ত্তাসেৱা – যোৱা এসপ্তাহত উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ জিলাত এক ৰহস্যজনক জ্বৰৰ ফলত কমেও ৩২ টা শিশু আৰু ৭ জন প্ৰাপ্তবয়স্ক লোকৰ মৃত্যু হৈছিল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰকাশ কৰে। তেওঁ লগতে কয়, “ফিৰোজাবাদত এই সন্দেহজনক জ্বৰৰ বাবে এটা পৃথক ৱাৰ্ড সৃষ্টি কৰা হৈছে।” মুখ্যমন্ত্ৰী আদিত্যনাথে জিলা চিকিৎসালয়ত অসুস্থ শিশুসকলক সাক্ষাৎ কৰে আৰু সঠিক চিকিৎসা নিশ্চিত কৰাৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰিছিল।

(UD.)