আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc- MyAstrology

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি ভাদ মাহৰ ১৪ তাৰিখ মংগলবাৰ , ইংৰাজী ৩১ আগষ্ট |
কৃষ্ণ পক্ষ নৱমী তিথি ||
**
সূৰ্য্যোদয় = ৫/৬/৪০ মি.
সূৰ্য্যোস্থয় = ৫/৪০/৪২ মি.

জন্মত= বৃষ ৰাশি (ব, ই, উ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি, ||

আদ্যঋতু হলে= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান , অধিপতি গ্ৰহ বৃহস্পতি | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . লাউ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = শুভ সংবাদ লাভ কৰিব | বৃষ = মনত নিৰাশাই দেখা দিব |
মিথুন = আনৰ পৰা আদৰ _ সাদৰ পাব |
কৰ্কট = খেতিয়কৰ বাবে কষ্টৰ দিন |
সিংহ = সাহিত্যিকৰ বাবে শুভ |
কন্যা = ব্যস্ততা বৃদ্ধি হব |
তুলা = ব্যৱসায়ত উন্নতি লাভ |
বৃশ্চিক = ছাত্র_ছাত্রীৰ সুনাম বৃদ্ধি |
ধনু = আত্মীয়ৰ আগমন ঘটিব |
মকৰ = পৰিশ্ৰম বৃদ্ধি হব |
কুম্ভ = সমস্যা সমাধান কৰিব পাৰিব |
মীন = নৃত্য _গীতত সুনাম বাঢ়িব |