বিশেষজ্ঞ সমিতিয়ে দিল্লীত বিদ্যালয় খোলাৰ বাবে প্ৰতিবেদন দাখিল

pc-DNA India

বিশেষজ্ঞ সমিতিয়ে দিল্লীত বিদ্যালয় খোলাৰ বাবে প্ৰতিবেদন দাখিল

অনলাইন বাৰ্ত্তাসেৱা- দিল্লী চৰকাৰৰ বিশেষজ্ঞ সমিতিয়ে বিদ্যালয় খোলা সম্পৰ্কত প্ৰতিবেদন দাখিল কৰিছে। দিল্লীৰ সকলো বিদ্যালয় খোলাৰ বাবে সমিতিয়ে পৰামৰ্শ দিছে। দিল্লীত সকলো প্ৰকাৰৰ বিদ্যালয় খোলা উচিত আৰু প্ৰথমে উচ্চ শ্ৰেণীসমূহৰ পাঠদান কৰা উচিত বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। প্ৰতিবেদনখন দিল্লী দুৰ্যোগ নিবাৰণ প্ৰাধিকৰণৰ সন্মুখত উত্থাপন কৰা হʼব আৰু তাতেই এই বিষয় সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হʼব।

 

(RT)