শ্মশান – সম্প্ৰীতি কোঁৱৰ

Pc Mokshdwar Hindu Cremation Services

অণুগল্প

শ্মশান

সম্প্ৰীতি কোঁৱৰ
এজিমালা,কেৰেলা

বাৰে বাৰে চেষ্টা কৰিও টোপনি যাব পৰা নাই তেওঁ।

মাত এষাৰ শুনাৰ হেঁপাহেৰে পুৱতি নিশাই গৈ তাৰ কাষতে শুই পৰিল।

পকা অঙঠাৰ উত্তাপত।