সংসৃষ্টি
হেৰম্ব নাথ
প্ৰাৰ্থী তিনিজনৰ দুজন কলিতা আনজন দাস উপাধিৰ।
মাকে পুতেকক কৈছে: বাবা, দেউতাৰে যাকেই ভোট নিদিয়ক কিয় তই কিন্তু মোৰ দেউতাৰ সংস্কৃতি মানি চলিবি দেই। বুজি পাইছা নহয় কি কৈছোঁ! মা, মই আকৌ দেউতাই কোৱা কথাহে শুনিম। তই যিদৰে তোৰ দেউতাই কোৱা কথা শুনা!
