লিচুবাৰী মধ্য ইংৰাজী বিদ্যালয়ত ৭৫ তম স্বাধীনতা দিৱস পালন

বার্তাসেৱা–লিচুবাৰী মধ্য ইংৰাজী বিদ্যালয়ত ৭৫ তম স্বাধীনতা দিৱসত বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী,মাতৃগোট, বিদ্যালয় পৰিচালনা সমিতি, অঙ্গনবাড়ী কৰ্মী আদিৰ সহযোগত উদযাপন কৰা হয়।এই উপলক্ষে পুৱা আঠ বজাত পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সংগীতা শৰ্মাই। তাৰপিছত সকলোৱে একত্ৰিত হৈ ৰাষ্ট্ৰীয় সংগীতত পৰিবেশন কৰে। লিচুৱাৰীৰ পৰা স্বাগতাৰ প্ৰতিবেদন।