মৌ-মাত শিশু আলোচনীৰ পূজাৰ বিশেষ সংখ্যাৰ বাবে লেখা আহ্বান

মৌ-মাত শিশু আলোচনীৰ পূজাৰ বিশেষ সংখ্যাৰ বাবে লেখা আহ্বান

ৰঙিলী বাৰ্ত্তাসেৱা- লেখক-লেখিকাসকললৈ এটি বিশেষ আহ্বান। ‘মৌ-মাত’ শিশু আলোচনীখন অহা অক্টোবৰ- নৱেম্বৰ ( চতুৰ্থ বছৰৰ তৃতীয়)ৰ সংখ্যাটি দুৰ্গা পূজাৰ বিশেষ সংখ্যাৰূপে প্ৰকাশ পাব। সেয়ে পূজাৰ বিষয়ৰ লেখা লগতে অন্যান্য লেখা সমূহ ১৫ ছেপ্টেম্বৰ ভিতৰত পঠাবলৈ অনুৰোধ জনোৱা হৈছে । এইবাৰ পূজা আগতীয়া, সেয়ে শিশুৰ উপযোগী লেখা সমূহ “সোনকালে পঠিয়াই আলোচনীখন যথা সময়ত প্ৰকাশৰ সুবিধা কৰি দিয়াৰ বাবে সম্পাদিকা বন্দনা নাথ ঠাকুৰীয়াই অনুৰোধ জনাইছে৷ যোগাযোগৰ ঠিকনা-e-mail: moumat22@gmail.com
contact number- +91 93653 50659, +91 60001 68183