ঢৌ  – ৰুক্মিণী দাস শ্রীহাটী

ঢৌ 

ৰুক্মিণী দাস শ্রীহাটী

ওৰে দিন ওৰে ৰাতি
বালিচৰত লেপেটা কাঢ়ি ও
গণি শেষ কৰিব পৰা নাই ঢৌ

কাৰণ ,

প্ৰতি খন সাগৰেই
সাৰে থাকে সদায়

বুকু ফিন্দাই
ঢৌৰে উপচাই ।।