শাওণ…
ইন্দু বৰুৱা
গুৱাহাটী
শতছিন্ন পথাৰৰ
আকুলতাত
বৰষুণে জুনুকা বজাই…
স্বৰ্ণিল হেঁপাহৰ কঠিয়াৰে
খেতিয়কৰ ফটা কামিজত
এপথাৰ সেউজীয়া সুখ…
শাওণ…
ইন্দু বৰুৱা
গুৱাহাটী
শতছিন্ন পথাৰৰ
আকুলতাত
বৰষুণে জুনুকা বজাই…
স্বৰ্ণিল হেঁপাহৰ কঠিয়াৰে
খেতিয়কৰ ফটা কামিজত
এপথাৰ সেউজীয়া সুখ…