পৰিষদ পদ হেৰুৱাব মাছুমা বেগমে

পৰিষদ পদ হেৰুৱাব মাছুমা বেগমে

ৰঙিলী বাৰ্ত্তাসেৱা- পাৰিষদ পদ হেৰুৱাব মাছুমা বেগমে৷ নিৰ্বাচন আয়োগলৈ অভিযোগ প্ৰেৰণ আপ অসমৰ৷গুৱাহাটী পৌৰনিগমৰ ৪২ নং ৱাৰ্ডৰ পাৰিষদ মাছুমা বেগমে বিজেপিত যোগদান কৰাত এন্টি ডিফেকচন আইন অনুসৰি পদ খাৰিজৰ দাবী আপ অসমৰ৷