অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ মহিলাক অশালীন মন্তব্যৰ বাবে এজাহাৰ দাখিল

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ মহিলাক অশালীন মন্তব্যৰ বাবে এজাহাৰ দাখিল

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ মহিলা কংগ্ৰেছে আনুস্থানিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই অসমৰ চাকৰি কৰা মহিলা সকলৰ ওপৰত কৰা অশালীন মন্তব্যৰ বাবে ৰাজ্যিক মহিলা আয়োগত এজাহাৰ দাখিল কৰে । ইতিমধ্যে ৰাষ্ট্ৰীয় মহিলা আয়োগত এজাহাৰ দাখিল কৰে৷