অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,কামৰূপ মহানগৰ সমিতিৰ সম্বৰ্ধনা

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,কামৰূপ মহানগৰ সমিতিৰ সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ,কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত চানমাৰিস্থিত মুখ্য কাৰ্যালয়ত শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি প্ৰায় ১২ জন শ্ৰমিকক সম্বৰ্ধনা জনোৱা হয়৷উক্ত কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ কমিটীৰ সভাপতি অৰুণজ্যোতি মেধি,সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মনসহ কেবাজনো সতীৰ্থ উপস্হিত থাকে৷