ভাৰতীয় সেনাত খালী হৈ আছে ৯০,০০০ তকৈও অধিক সৈনিকৰ পদঃ প্ৰতিৰক্ষা মন্ত্ৰালয়

pc DNA India

অনলাইন বাৰ্ত্তাসেৱা – প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অজয় ভট্টই সোমবাৰে কৈছিল যে জুনিয়ৰ কমিছনড অফিচাৰসহ সৈনিকসকলৰ বাবে ৯০,০০০ তকৈও অধিক পদ খালী হৈ আছে। ভাৰতীয় সেনাই ৭,৯০০ তকৈও অধিক বিষয়াৰ অভাৱৰ সন্মুখীন হৈছে, ভট্টে লগতে প্ৰকাস কৰে। ভট্টই ৰাজ্যসভাত জনায় যে জনশক্তিৰ অভাৱৰ ক্ষেত্ৰত নৌসেনা দ্বিতীয় স্থানত আছে কিয়নো ইয়াৰ পদবীত ১,১৯০ জন বিষয়া আৰু ১১,৯২৭ জন নাবিকৰ অভাৱ আছে।

(UD.)