অণুগল্প-
শুদ্ধ পথ
ৰাজশ্ৰী শৰ্ম্মা
গোলাঘাট, বনগাঁও
:বাঃ বৰ ধুনীয়া হলি। মাজতে যে কিবা কিবি শুনিছিলো যে, কি হ’ল সেইবোৰ ?
: চব ঠিক হৈ গ’ল ।
:কেনেকৈ?
:আগতে আনৰ পথ সলনি কৰিব বিচাৰিছিলো আৰু আৰু এতিয়া নিজৰ পথ সলনি কৰি ললোঁ।