আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc-astropraveen.com

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ২০ তাৰিখ সোমবাৰ , ইংৰাজী ৫ জুলাই |
কৃষ্ণ পক্ষ, একাদশী তিথি |

সূৰ্য্যোদয় = ৪/৪০/৩২ মি.
সূৰ্য্যোস্থয় = ৬/১৫/৪৭ মি.

*জন্মত= মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, হাতীৰ অস্থি || পুৱা ১২/১২/২২ মি. পৰা দেৱাৰি গন, ছাগলীৰ অস্থি ||

আদ্যঋতু হলে= দুঃ শীলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান || দিবা ১২/১২/২২ মি. পৰা পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান ||
*ভক্ষ্যাভক্ষ্যঃ* . উৰহী খোৱা নিষেধ |
আজিৰ ৰাশিফলঃ =
মেষ = মনৰ আশা পূৰন হোৱাৰ যোগ | বৃষ = স্থান পৰিবৰ্তন হোৱা দেখা যায় |
মিথুন = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কৰ্কট = সঞ্চয় বৃদ্ধি কৰিবলৈ সক্ষম হব |
সিংহ = অযথা চিন্তাই মনত অশান্তি দিব |
কন্যা = আনৰ সহায় লাভ কৰিব পাৰিব |
তুলা = ৰোগীৰ বাবে, চিকিৎসাত খেলিমেলি হব পাৰে |
বৃশ্চিক = কৰ্ম ক্ষেত্ৰত জটিলতা দেখা দিব |
ধনু = সিদ্ধান্তত খেলিমেলি হোৱাৰ সম্ভাৱনা বেছি |
মকৰ = মনত ভয় আৰু উদ্বেগ বৃদ্ধি পাব |
কুম্ভ = হঠাৎ খৰছ বৃদ্ধি পাব |
মীন = আত্মীয়ৰ আগমন ঘটিব |