মুক্তি বিচাৰি আৱেদন – মুহাম্মাদ আফজাল September 25, 2023November 22, 2023 Rongili Barta মুক্তি বিচাৰি আৱেদন মুহাম্মাদ আফজাল, মৈৰাবাৰী, মৰিগাঁও মই তোমাৰ প্ৰেমত বন্দী, মোৰ কাতৰ অনুৰোধ তুমি মোক অচিৰেই মুকলি কৰি দিয়া, এনেই নাটক কৰি আটক কৰি নাৰাখিবা, স্বাধীনতা মোৰ জন্মস্বত্ব অধিকাৰ।