মৰিগাঁৱৰ ভূৰাগাঁৱৰ ৯বছৰীয়া শিশুক বলাৎকাৰ আৰু হত্যা কৰিলে ৬৫বছৰীয়া বৃদ্ধই

Pc-DW

অনলাইন বাৰ্ত্তাসেৱাঃ মৰিগাঁৱৰ ভূৰাগাঁৱৰ ৯বছৰীয়া শিশুক বলাৎকাৰ আৰু হত্যা কৰা ৬৫বছৰীয়া বৃদ্ধ লম্পট চৈয়দ আলীৰ হ’ব কঠোৰৰ পৰা কঠোৰতম শাস্তি । ফৰেন্সিক ৰিপৰ্ট অহাৰ পিছতে আৰক্ষীয়ে প্ৰস্তুত কৰিব চাৰ্জশ্বীট । ইতিমধ্যে জঘন্য অপৰাধ সংঘটিত কৰা চৈয়দ আলীক প্ৰেৰণ কৰা হৈছে ৫দিনৰ আৰক্ষীৰ জিম্মালৈ। (S.C. – Utpal kalita)