স্বাধীনতা দিৱস উপলক্ষে ৰেলী পথচাৰীৰ মাজত পতাকা বিতৰণ

স্বাধীনতা দিৱস উপলক্ষে ৰেলী পথচাৰীৰ মাজত পতাকা বিতৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- চ্যেলুট তিৰংঙ্গা অসম প্ৰদেশৰ উদ্যোগত মহানগৰীৰ দীঘলীপুখুৰীৰ পৰা খানাপাৰালৈ আগন্তুক স্বাধীনতা দিৱসক লৈ উলিওৱা এক বিশেষ ৰেলী। এই ৰেলী সামৰিয়ে চ্যেলুট তিৰংঙ্গাৰ কৰ্মকর্তা সকলে সাপ্তাহিক বেলতলা বজাৰৰ বিভিন্ন ব্যৱসায়ী , ৰিক্সা চালক আৰু বিভিন্ন পথচাৰীৰ মাজত বিতৰণ কৰে ৰাষ্ট্রীয় পতাকা। মূলত আগন্তুক স্বাধীনতা দিৱস উপলক্ষে প্ৰায় ৪০০ পতাকা বিতৰণ কৰে।