এইবাৰ উৎকোচ বিচাৰি গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া

এইবাৰ উৎকোচ বিচাৰি গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া

ৰঙিলী বাৰ্ত্তাসেৱা- এইবাৰ উৎকোচ বিচাৰি গ্ৰেপ্তাৰ হ’ল  আৰক্ষী বিষয়া। বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু গৃহৰক্ষী জোৱান। বিলাসীপাৰা থানাৰ SI দেৱান ৰহিজ উদ্দিন আহমেদ আৰু গৃহৰক্ষী জোৱান সোনাৰ উদ্দিন শ্বেখক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ। আচামীৰ পৰা ৬হাজাৰ টকা উৎকোচ বিচাৰি গ্ৰেপ্তাৰ দুয়ো।