তুৰা সমষ্টিৰ পৰা জয়লাভ কনৰাড চাংমাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মেঘালয়ৰ কনৰাড চাংমাই পশ্চিম গাৰো পাহৰ জিলাৰ দক্ষিণ তুৰা সমষ্টিৰ পৰা জয়লাভ কৰিছে। তেওঁ ২০১৮ চনৰ মোঘালয় বিধানসভা নিৰ্বাচনত NPP দলৰ পৰা বৃহৎ সংখ্যক ভোটেৰে জয়ী হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত হৈছিল। এইবাৰ তেওঁ NPP দলৰ পৰা পুনৰ জয়লাভ কৰিছে।