পুনৰ ৰন্ধন গেছৰ চিলিন্দাৰৰ দাম বৃদ্ধি

Pc Eastmojo Assam

পুনৰ ৰন্ধন গেছৰ চিলিন্দাৰৰ দাম বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যবাসীক পুনৰ এবাৰ মাধমাৰ শোধাই পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। ১৪.২ কিল’গ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি হৈছে।ইয়াৰ বিপৰীতে, ১৯ কিল’গ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৩৫০.৫০ টকাকৈ বৃদ্ধি কৰা হৈছে।এতিয়াৰ পৰা গুৱাহাটীত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ’ব ১১৫২ টকা আৰু প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ দাম হ’ব ২৩৬০ টকা।