প্ৰকৃতি- চুমিতা গগৈ

Pc freepik

প্ৰকৃতি…

প্ৰকৃতি আই তুমি হ’লা অতি মহান
গছ-লতা,নদ-নদী তোমাৰেই অৱদান।
তোমাৰ বুকুতেই আমি আছোঁ জীয়াই
তথাপি মানুহে ইয়াক কিয় বুজি নাপায় ?
যদি গছ-গছনি কাটি তহিলং কৰে
পৃথিৱীলৈ অন্ধকাৰ নামি আহে।

চুমিতা গগৈ
অষ্টম শ্ৰেণী
ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয় 
টীয়ক,যোৰহাট