আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

pc- assambidhansabha.org
আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন
ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ২৪ ডিচেম্বৰলৈ চলিব বিধানসভাৰ অধিৱেশন। এই অধিৱেশনত ১২খন বিল উত্থাপন হোৱাৰ সম্ভৱনা আছে। অধিৱেশনক লৈ সাজু হৈছে শাসক–বিৰোধী। আজি পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ অধিৱেশন। আজি বিভিন্ন বিষয়ক লৈ সদন উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে। বটদ্ৰৱাৰ উচ্ছেদ অভিযানক লৈ সদন উত্তপ্ত হোৱাৰ সম্ভাৱনা কৰা হৈছে। তাৰ উপৰি বিভিন্ন বিষয়ত আজি বিধানসভাত আলোচনা হোৱাৰ সম্ভাৱনা আছে।