টিএমচিৰ বিধায়ক মানিক ভট্টাচাৰ্যৰ ন্যায়িক জিম্মা ২৮ অক্টোবৰলৈ বৃদ্ধি

Pc The Indian Express

টিএমচিৰ বিধায়ক মানিক ভট্টাচাৰ্যৰ ন্যায়িক জিম্মা ২৮ অক্টোবৰলৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  বেংকশাল আদালতৰ মুখ্য মেট্ৰ’পলিটান মেজিষ্ট্ৰেটে (ভাৰপ্ৰাপ্ত) পশ্চিম বংগৰ শিক্ষক নিযুক্তি কেলেংকাৰী গোচৰ সন্দৰ্ভত টিএমচিৰ বিধায়ক মানিক ভট্টাচাৰ্যৰ জামিন আবেদন নাকচ কৰে। আদালতে তেওঁৰ ন্যায়িক জিম্মা ২৮ অক্টোবৰলৈ বৃদ্ধি কৰিছিল। ইডিক পশ্চিম বংগ প্ৰাথমিক শিক্ষা পৰিষদৰ প্ৰাক্তন সভাপতিক ন্যায়িক জিম্মাত জেৰা কৰিবলৈ অনুমতি প্ৰদান কৰে।