কেদাৰনাথ আৰু বদ্ৰীনাথ মন্দিৰ পৰিদৰ্শন মুকেশ আম্বানী

Pc IndiaTvNews

কেদাৰনাথ আৰু বদ্ৰীনাথ মন্দিৰ পৰিদৰ্শন মুকেশ আম্বানী

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰাখণ্ডৰ কেদাৰনাথ আৰু বদ্ৰীনাথ মন্দিৰ পৰিদৰ্শন কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। বদ্ৰীনাথ ধামত প্ৰাৰ্থনা কৰাৰ পিছত আম্বানীয়ে কেদাৰনাথ মন্দিৰত উপস্থিত হয়। তেওঁ বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিলৈ ৫ কোটি টকা দান কৰে।