কংগ্ৰেছৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰে দিগ্বিজয় সিঙে

Pc Jagran English

কংগ্ৰেছৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰে দিগ্বিজয় সিঙে

ৰঙিলী বাৰ্ত্তাসেৱা-  দিগ্বিজয়া সিঙে কয় যে তেওঁ কংগ্ৰেছৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰে। সিঙে কয় যে তেওঁৰ “জ্যেষ্ঠ” মল্লীকাৰজুন খাৰ্গে দলৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে তেওঁ আঁতৰি আহিছে আৰু তেওঁ খাৰ্গেক সমৰ্থন কৰিব বুলিও কয়। ইয়াৰ পূৰ্বে, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কৈছিল যে তেওঁ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছে।