শাৰদ পাৱাৰ সৰ্বসন্মতিক্ৰমে ৪ বছৰৰ বাবে এনচিপিৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত

Pc NDTV Sports

শাৰদ পাৱাৰ সৰ্বসন্মতিক্ৰমে ৪ বছৰৰ বাবে এনচিপিৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত

ৰঙিলী বাৰ্ত্তাসেৱা- শাৰদ পাৱাৰক সৰ্বসন্মতিক্ৰমে পুনৰ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে বুলি দলটোৰ মুখপাত্ৰ মহেশ ভাৰত তাপাছে প্ৰকাশ কৰিছে। ৮১ বছৰীয়া নেতাগৰাকী আৰু চাৰি বছৰলৈ এনচিপিৰ সভাপতি হ’ব। বিধায়ক অজিত পাৱাৰ, সাংসদ প্ৰফুল্ল পেটেল, সাংসদ সুপ্ৰিয়া চুলে আদিয়ে অংশগ্ৰহণ কৰা দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত ঘোষণা কৰে।