আজিৰ ৰাশিফল

Pc India Today

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ২৪ তাৰিখ শনিবাৰ , ইংৰাজী ১০ চেপ্তেম্বৰ |
শুক্লা পক্ষ , পূৰ্ণিমা তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = অযথা ব্যয় হব পাৰে |
বৃষ = বন্ধুৰ সৈতে মনোমালিন্য হব |
মিথুন = যশস্যা বৃদ্ধি হব |
কৰ্কট = কাৰোবাৰ পৰা প্ৰতাৰিত হব |
সিংহ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কন্যা = অধিক ব্যয় বৃদ্ধি হব |
তুলা = কৰ্মত বিজয়ী হব |
বৃশ্চিক = সমস্যাৰ সমাধান ঘটিব |
ধনু = ধনৰ আগমন বৃদ্ধি হব |
মকৰ = কৰ্মত সাফল্য অৰ্জন কৰিব |
কুম্ভ = কৰ্মত জটিলতা দেখা যায় |
মীন = মানসিক অশান্তি পাব পাৰে |